Principal's Desk (Assamese Medium)
অসম গৌৰৱ বিশ্ববন্দিত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ দেৱৰ দৰে মহান তথা স্বনামধন্য মনীষীৰ মাদর্শনেৰে অনুপ্রাণিত হৈ ইংৰাজী ২০১০ বৰ্ষৰ পৰা শুভাৰম্ভ কৰা ব্যক্তিগত শিক্ষানুষ্ঠান হ’ল কৃষ্ণকান্ত সন্দিকৈ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়। তেখেতৰ জীৱন শৈলীয়ে আমাক সততে সোঁৱৰাই দিয়ে যে মুষ্টিমেয় দুই এগৰাকীৰ বাহিৰে। সােণৰাপৰ চামুচ মুখত লৈ মানৱ সম্পদৰূপী শিশুসকলৰ প্ৰতিগৰাকীয়েই কম্মিন কালেও এই ধৰাধামত ভূমিষ্ঠ হােৱা নাই। সৰুৰে পৰা কষ্টসহিষ, একনিষ্ঠ, নিৰহকাৰী, ত্যাগী আৰু মেী মাখিৰ দৰে নীৰৱ কৰ্ম কৰি তুলিব পাৰিলেহে এগৰাকী শিশু প্রকৃত মানৱ সম্পদ হৈ বিশ্বমানকৰ কল্যাণৰ হকে এশ শতাংশ অৰিহণা যােগাব পাৰে। এই মহান উদ্দেশ্য। | আগত ৰাখিয়েই ক্রমাগত ভাৱে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা সঙ্কুচিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত আৰু তাৰ ঠাইত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ভূমিকা বাঢ়ি অহাৰ আপাহতে বজালী তথা অসমৰ শিক্ষা গতত নতুনত্বৰ সংযােজন ঘটোৱাৰ প্রতিশ্রুতি ৰে আমাৰ এই নিরলস প্রচেষ্টা। গোলকীয় গাঁৱলৈ (Global village) ৰূপান্তৰিত হৈ পৰা আজিৰ পৃথিৱীখনক বিশ্বায়নৰ কৰাৰ গ্ৰাম আৰু সামাজিক মূল্যবােধৰ দ্রুত অৱক্ষাৰ কঠোৰ হতােবাৰ কেঁকোৰা- চেপাৰ পৰা ছাত্র-ছাত্রীসকলক উদ্ধাৰ কৰি বৌদ্ধিক, মানসিক আৰু শাৰীৰিক গুণৰাজিৰ ষােল অনাই উত্তৰণ ঘটাই আঙিন প্রতিযােগিতাৰ যুগত তেওঁলােক প্রকৃত | মানসম্পদ আৰু সুনাগৰিক হিচাবে নিজৰ ভৰিৰ ওপৰত সগৰে ঠিয় হব পৰা কৰাটোৱেই আমাৰ প্রধান উদ্দেশ্য।। লক্ষ্য আমাৰ সদৰ প্ৰসাৰী আৰু দিগন্ত বিষপা। জীৱনৰ বাটত প্রতি পদে পদে সন্মুখীন হ’ব পৰা হাজাৰ বাধা বিঘিনি হেলালঙে অতিক্রমি এই লক্ষ্যত উপনীত হ'বলৈ আমাৰ আছে অদম্য কর্মমূহ আৰু মুকলি মন । সহদষয় ৰাইজ তথা সুধী সমাজৰ অনুষ্ঠ সহৰি আৰু গঠনমূলক সমালােচনা, দিহা-পৰামশই হ'ৰ আমাৰ অনাগত দিনৰ পাথেয়। বিগত বছৰকেইটাৰ ল ত্রুটি সংশােধন কলি ভবিষ্যতৰ ভেটি মজবুত কৰিবলৈ চেষ্টা কৰাটোৱেই হ'ল আমাৰ তিন প্রচেষ্টা To strive, to conquer and not to yield"